প্ৰত্যেকজন ভাৰতীয়ৰ বাবে তেওঁলোকৰ ভাষাত ইণ্টাৰনেট

68% ভাৰতীয় অনলাইন ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ স্থানীয় ভাষাত লাভ কৰা তথ্যৰ ওপৰত বিশ্ৱাস কৰে।

আমাৰ এ.আইৰ দ্ৱাৰা সঞ্চালিত ভাষা প্ৰযুক্তি আৰু সমাধানৰ জৰিয়তে আপোনাৰ গ্ৰাহকৰ সৈতে দীৰ্ঘস্থায়ী আস্থা নিৰ্মাণ কৰক আৰু তেওঁলোকে বুজি পোৱা ভাষাত যোগাযোগ কৰক।

 

ডেম’ৰ অনুৰোধ কৰক আমাৰ সৈতে যোগাযোগ কৰক

ভাৰতীয় ভাষা ব্যৱহাৰকাৰীৰ বাবে আপোনাৰ ব্যৱসায় কিমান সাজু হৈছে ?

পৰীক্ষা কৰি চাওঁক!

0 m+
নাগৰিক সবলীকৃত হৈছে
0 m+
ডিভাইচ ঢুকি পাবলৈ সক্ষম হৈছে
0 m+
ইণ্ডিক এপ ডাউনলোড হৈছে
0
ইণ্ডিক ভাষা সমৰ্থিত

আমাৰ ভাৰতীয় ভাষাৰ প্ৰ’ডাক্ট চ্যুট

এ.আইৰ দ্ৱাৰা সঞ্চালিত অনুবাদ পৰিচালনা হাব

এ.আইৰ দ্ৱাৰা সঞ্চালিত অনুবাদ পৰিচালনা হাব

প্ৰবন্ধক

এটা ক্লাউড আধাৰিত, এ.আইৰ দ্ৱাৰা সঞ্চালিত মেচিন অনুবাদ পৰিচালনা প্লেটফৰ্ম, যিয়ে ভাৰতীয় ভাষাত দ্ৰুত, সহজ আৰু সঠিক অনুবাদ আৰু স্থানীয়কৰণ সুনিশ্চিত কৰে

ভাৰতীয় ভাষাত ভইচ চ্যুট

ভাৰতীয় ভাষাত ভইচ চ্যুট

স্পীচ্চৰ পৰা টেক্সট্ আৰু টেক্সটৰ পৰা স্পীচ্চ বুজি পোৱাৰ লগতে ইয়াৰ প্ৰক্ৰিয়াকৰণ কৰা ভইচ চ'লিউচনৰ জৰিয়তে সাক্ষৰতাৰ বেৰখন আঁতৰ কৰক। আপোনাৰ মাৰ্কেটৰ আধাৰ বিস্তাৰ কৰক, অধিক আস্থা গঢ়ি তোলক আৰু গ্ৰাহকৰ সৈতে একাধিক ভাৰতীয় ভাষাত কাৰ্য্যকৰীভাৱে যোগাযোগ কৰক।

Reverie Neural Machine Translation

ৰিভেৰী নিউৰেল মেচিন অনুবাদ (এন.এম.টি)

শক্তিশালী মেচিন অনুবাদ ম'ডেল, যিয়ে প্ৰাসঙ্গিকভাৱে ইংৰাজী বিষয়বস্তুক অত্যন্ত সঠিক আৰু দ্ৰুততাৰে একাধিক ভাৰতীয় ভাষালৈ অনুবাদ কৰে।

ৱেবছাইট প্ৰকাশন আৰু পৰিচালনা প্লেটফৰ্ম

ৱেবছাইট প্ৰকাশন আৰু পৰিচালনা প্লেটফৰ্ম

অনুবাদক

এটা প্লেটফৰ্ম, যিয়ে যিকোনো ভাষাত আপোনাৰ মজুত থকা আৰু/নাইবা নতুন ৱেবছাইট নিৰ্মাণ কৰা, লঞ্চ কৰা আৰু অপ্টিমাইজ কৰা প্ৰক্ৰিয়া স্ৱয়ংক্ৰিয়ভাৱে আৰু দ্ৰুততাৰে কৰে। এছ.ই.অ' উপযোগী স্থানীয় ভাষাৰ বিষয়বস্তু আৰু ন্যূনতম আই.টি হস্তক্ষেপৰ সৈতে বজাৰত দ্ৰুত গতিত প্রৱেশ কৰক।

বহুভাষিক ভাৰতীয় কীবোৰ্ড

বহুভাষিক ভাৰতীয় কীবোৰ্ড

স্ৱলেখ

ৱেব আৰু ছেট-টপ বক্সৰ বাবে বহুভাষিক কীপেড, যিয়ে ভাৰতীয় ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ পছন্দৰ ভাষাত টাইপ কৰাত আৰু যোগাযোগ কৰাত সহায় কৰে।

বহুভাষিক টেক্সট্ ডিচপ্লে চ্যুট

বহুভাষিক টেক্সট্ ডিচপ্লে চ্যুট

নান্দনিকভাৱে আৰু বিজ্ঞানসন্মতভাৱে ডিজাইন কৰা ভাৰতীয় ভাষাৰ ফণ্ট আৰু টেক্সট্ ডিচপ্লে চ'লিউচন, যিয়ে ডিজিটেল বিষয়বস্তুক অধিক পঠনযোগ্য কৰি তোলে।

আমি সেৱা প্ৰদান কৰা উদ্যোগসমূহ

স্ৱাস্থ্যসেৱা

অনলাইন স্ৱাস্থ্য সেৱা ব্যৱহাৰ কৰা 90% ৰোগীয়ে ইংৰাজী বুজি নাপায়

ই-কমাৰ্চ

44% ভাৰতীয় ক্ৰেতাই ইংৰাজীত থকা প্ৰ'ডাক্টৰ বিৱৰণ আৰু পৰ্য্যালোচনা বুজি নাপায়।

শিক্ষা

বৰ্তমানৰ ডিজিটেল শিক্ষা প্লেটফৰ্মৰ বিষবস্তুৱে কেৱল সেই 10% লোকৰ ওপৰত গুৰুত্ৱাৰোপ কৰে, যিয়ে প্ৰাথমিক শিক্ষণ ভাষা হিচাপে ইংৰাজী পছন্দ কৰে ।

মনোৰঞ্জন

স্থানীয় ভাষাত বিষয়বস্তুৰ সীমাৱদ্ধতা নাইবা অনুপলব্ধতাই মনোৰঞ্জনমূলক সেৱাৰ ব্যৱহাৰ 54% অনলাইন ব্যৱহাৰকাৰীৰ মাজত সীমাৱদ্ধ ৰাখে।

Reverie runs on

ৰিভেৰীৰ ভাৰতীয় ভাষা প্ৰযুক্তিয়ে 130+ ব্যৱসায়ক শক্তি প্ৰদান কৰিছে

আমাৰ প্ৰ'ডাক্টৰ বিষয়ে সৰ্বপ্ৰথমে জানক

আমি সকলোতে আছো। আহক, কথা পাতক !