সৱিশেষ

2009ৰ পৰাই ডিজিটেলভাৱে অন্তৰ্ভুক্ত এখন ভাৰতৰ নিৰ্মাণ কৰি আহিছে


ৰিভেৰী হৈছে উদ্দেশ্যৰ দ্বাৰা সঞ্চালিত কোম্পানী । আমি 2009ৰ পৰাই ভাৰতীয় ইণ্টাৰনেটত ভাষা সমতাৰ নিৰ্মাণ কৰি আহিছো । আমাৰ ভাষা প্ৰযুক্তিয়ে বি.এফ.এছ.আই, শিক্ষা, গণমাধ্যম আৰু মনোৰঞ্জন, ইকমাৰ্চ, আৰু ভাৰত চৰকাৰ আদিকে ধৰি বিভিন্ন উদ্যোগক শক্তি প্ৰদান কৰে ।


আমি এটা 3*3 অভিযানত আছো:

আমাৰ প্ৰযুক্তিৰ যোগেৰে কমেও 500 মিলিয়ন জীৱনক প্ৰভাৱিত কৰিবলৈ ।

ভাৰতৰ দ্বাৰা নিৰ্ধাৰিত আৰু মালিকানাধীন ভাৰতীয় ভাষাসমূহৰ বাবে উপযুক্ত ভাষাৰ মানদণ্ড স্থাপন কৰিবলৈ ।

ব্যৱহাৰকাৰীৰ ডিজিটেল যাত্ৰাত সম্পূৰ্ণ ভাষা জড়িত অভিজ্ঞতা প্ৰদান কৰি পছন্দৰ ভাষাৰ মঞ্চ হ’বলৈ, যি মিলিয়ন সংখ্যক ভাৰতীয়ৰ বাবে ইণ্টাৰনেট গ্ৰহণ সহজ আৰু দ্ৰুততৰ কৰি তোলে ।

30মিলিয়ন+

সৱলীকৃত ব্যৱহাৰকাৰী

2বিলিয়ন+

শব্দ স্থানীয়কৃত হৈছে

200মিলিয়ন+

ডিভাইচ সমৰ্থিত হৈছে

1.5মিলিয়ন+

ইণ্ডিক এপ ডাউনলোড হৈছে

22ভাৰতীয়

ভাষা সমৰ্থন কৰে

এতিয়ালৈ আমি কৰা যাত্ৰাৰ এক আভাস

প্ৰিলোডাৰ
  • 2009

    2009

    ইণ্টাৰনেটত ভাৰতীয় ভাষা কম্পিউটিং সমস্যা সমাধান কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠিত হৈছিল ।

  • 2010

    2010

    বৰ্ণান্তৰীকৰণ, ফণ্ট সক্ষমতা, আৰু চেট-টপ বক্সৰ বাবে ডিচপ্লে চ'লিউচনৰ বাবে আমাৰ প্ৰদৰ্শনৰ আধাৰত অনাতাঁৰ প্ৰযুক্তিত চেণ্টাৰ অফ এক্সিলেন্সৰ দ্বাৰা উদ্যোগৰ পৰামৰ্শৰে সন্মানিত কৰা হৈছে ।

  • 2011

    2011

    জনসাধাৰণৰ মাজত প্ৰযুক্তি অধিক সুগম কৰি তোলা উদ্যোগী হিচাপে কুৱালকোমৰ কিউপ্ৰাইজ বেজ লাভ কৰিছে ।

  • 2012

    2012

    কুৱালকোমৰ সৈতে আমাৰ অংশীদাৰিত্বৰ যোগেৰে স্মাৰ্টফোনত ভাৰতীয় ভাষা সমৰ্থন কৰা বিশ্বৰ প্ৰথমটো কোম্পানী হৈ পৰিছিল ।

  • 2013

    2013

    অ'.ই.এম এণ্টাৰপ্ৰাইজ গ্ৰাহক যেনে মাইক্ৰ’মেক্স, লাভা ইণ্টাৰনেচনেল লিমিটেড, ইত্যাদিক অনব’ৰ্ড কৰা হৈছিল । যেতিয়া বজাৰবোৰে ফিচাৰ ফোনৰ পৰা স্মাৰ্টফোনলৈ পৰিবৰ্তন কৰিবলৈ আৰম্ভ কৰে, আমি লেঙ্গুৱেজ-এজ-এ-চাৰ্ভিচ (লাচ) প্লেটফৰ্ম আৰু বহুভাষিক ৰিভেৰী ফোনবুক লঞ্চ কৰিছিলো ।

  • 2014

    2014

    অন-প্ৰিমাইজ চলিউচন হিচাপে আমাৰ প্ৰথম লেঙ্গুৱেজ-এজ-এ-চাৰ্ভিচ প্ৰযুক্তিৰ লঞ্চ কৰা হয় আৰু আমাৰ প্ৰথম কিছু এণ্টাৰপ্ৰাইজ গ্ৰাহক যেনে এক্সেন্চাৰ, হাঙ্গামা,এইচ.ডি.এফ.চি চিকিউৰিটীচ আদিক অনব’ৰ্ড কৰা হয়‌ ।

    আমাৰ প্ৰথম চৰকাৰী প্ৰকল্প লাভ কৰোঁ ।

  • 2015

    2015

    এক নিৰ্দিষ্ট শৃংখলাত $4m পৰিমাণৰ এটা পুঁজি সংগ্ৰহ কৰা হয়‌ ।

    ক্লাউড প্লেটফৰ্ম হিচাপে লাচ 2.0 লঞ্চ কৰা হয়‌ আৰু স্নেপডীল, অভিবাছ, ইত্যাদি অধিক এণ্টাৰপ্ৰাইজ গ্ৰাহকক অনব’ৰ্ড কৰা হয়‌ ।

    আমাৰ পূৰ্বৰ সময়ৰ কিছুমান ভাষা সম্পৰ্কীয় প্ৰডাক্ট যেনে আমাৰ বহুভাষিক কীপেড, স্বলেখ, ফোনবুক আৰু গুগল প্লে ষ্টোৰৰ লক স্ক্ৰীন আদি লঞ্চ কৰা হয়‌ ।

  • 2016

    2016

    ৰিভেৰী মেছিন অনুবাদৰ (এম.টি) প্ৰথম সংস্কৰণ লঞ্চ কৰা হয়‌ আৰু ইণ্টেক্স, ইক্সিগো, মোবিৱিক, ইত্যাদিক অন্তৰ্ভুক্ত কৰি আমাৰ এণ্টাৰপ্ৰাইজ গ্ৰাহকৰ আধাৰ সম্প্ৰসাৰণ কৰা হয়‌ ।

  • 2018

    2018

    আমাৰ কাম এ.আইৰ দ্বাৰা সঞ্চালিত অনুবাদ পৰিচালনা প্লেটফৰ্ম, প্ৰবন্ধকত আৰম্ভ কৰা হয়‌, যি এক উন্নত ৰিভেৰী এম.টিৰ দ্বাৰা চালিত ।

    12টা ভাৰতীয় ভাষাত ৰিভেৰীৰ প্ৰথম ইণ্ডিক ভইচ চ্যুট, গোপাল লঞ্চ কৰা হয়‌ ।

  • 2019

    2019

    পৰৱৰ্তী পাঁচ বছৰত 500 মিলিয়ন+ ব্যৱহাৰকাৰীৰ মাজত আমাৰ প্ৰসাৰ আৰু তেওঁলোকৰ ওপৰত আমাৰ প্ৰভাৱ দ্ৰুতভাৱে ট্ৰেক কৰিবলৈ ৰিলায়েঞ্চ জিঅ’ৰ সৈতে এক কৌশলগত অংশীদাৰীত্বৰ স্থাপন কৰা হৈছে ।

আমি স্বীকৃতি লাভ কৰিছো

কুৱালকোম কিউ-প্ৰাইজ, 2012
মাইক্ৰ’চফ্ট কোড অফ অনাৰ, 2014
ভোডাফোন এপ ষ্টাৰ এৱাৰ্ড, 2013
আই.এ.এম.এ.আই মেম্বাৰ, 2017ৰ পৰাই

ৰিভেৰীৰ ভাৰতীয় ভাষা প্ৰযুক্তিয়ে 130+ ব্যৱসায়ক শক্তি প্ৰদান কৰিছে

আমাৰ বিনিয়োগকাৰীসকল হৈছে আমাৰ মেৰুদণ্ড । তেওঁলোকে আমাৰ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু উদগনি প্ৰদান কৰে ।

ভাল কাম কেতিয়াও অনৰ্থক নহয়, আৰু এইয়া হৈছে ইয়াৰ প্ৰমাণ ।