বেংকিং

68% ভাৰতীয়ই বেংকিং সেৱাৰ ওপৰত বিশ্বাস কৰে, যদি এই সেৱা স্থানীয় ভাষাত প্ৰদান কৰা হয়‌ ।

বেংকিং সেৱা নথকা 190 মিলিয়ন ভাৰতীয়ৰ সৈতে তেওঁলোকৰ নিজৰ ভাষাত সংযোগ স্থাপন কৰক ।

আপুনি জানেনে ?

গ্ৰামীণ ভাৰতীয় ইণ্টাৰনেটৰ ব্যৱহাৰ আনকি মহামাৰীৰ পূৰ্বেই নগৰীয়া ইণ্টাৰনেট ব্যৱহাৰক অতিক্ৰম কৰিছে ।

আমাৰ প্রতিবেদন পঢ়ক

আপুনি যি বিচাৰি আছিল সেইয়া বিচাৰিবলৈ সক্ষম হো‌ৱা নাই ?

আমি বেংক ব্যৱসায় অধিক স্থানীয়কৃত কৰাৰ বাবে সদায় উপায় বিচাৰি আছো । যদি আপোনাৰ কোনো বিশেষ প্ৰয়োজনীতা আছে, তেন্তে আমি আপোনাৰ প্ৰয়োজনীতা পূৰণ কৰিবলৈ আমাৰ ভাষা সমাধান প্রস্তুত কৰিব পাৰো ।

ৰিভেৰীক বিশ্বাস কৰা বেংকসমূহ

শিৰোনামাবোৰে কয়

আমাৰ প্ৰ'ডাক্টৰ বিষয়ে সৰ্বপ্ৰথমে জানক

আমি সকলোতে আছো। আহক, কথা পাতক !