আঞ্চলিক ভাষাৰ ব্যৱহাৰকাৰীৰ বাবে বিত্তীয় ব্যৱস্থাপনা সৰল কৰি তোলক
আপোনাৰ গ্ৰাহকে তেওঁলোকৰ অৰ্থ বিত্ত ব্যৱস্থিত কৰাৰ, টকা সঞ্চয় কৰাৰ আৰু ঋণ লাভ কৰাৰ সহজ উপায় বিষয়ে জানিব বিচাৰে ।
আপোনাৰ ৱেবছাইটত আৰু ফোন এপ্লিকেচনত সৰল, স্থানীয়কৃত বিষয়বস্তু প্ৰদান কৰাৰ জৰিয়তে ফিনটেক প্ৰডাক্ট আৰু সেৱা সম্পৰ্কে তেওঁলোকক শিক্ষা প্ৰদান কৰক ।