একাধিক ভাষা
22 টা জনপ্ৰিয় ইণ্ডিক ভাষাৰ মেন্যুৰ পৰা আপোনাৰ পছন্দৰ ভাষাৰ বাছনি কৰক । স্ৱলেখত এখন সম্পূৰ্ণৰূপে স্থানীয়কৃত মেন্যু উপলব্ধ আছে আৰু ই নিম্নলিখিত ভাষাৰ কীবোৰ্ডৰ সমৰ্থন কৰে: হিন্দী, বেঙ্গলী, তেলেগু, মাৰাঠী, তামিল, গুজৰাটী, কানাড়া, মালায়ালম, উৰিয়া, পঞ্জাৱী, অসমীয়া, নেপালী, বড়ো, ডোগ্ৰী, কোংকণী, মৈথিলী, মণিপুৰী, সংস্কৃত, কাশ্মীৰী, সিন্ধি, উৰ্দু আৰু সন্থালী ।
আৰম্ভ কৰক