ৱেবছাইট প্ৰকাশন আৰু পৰিচলনা প্লেটফৰ্ম - ৰিভেৰী লেঙ্গুৱেজ টেকন’ল’জীচ (অনুবাদক)

আপোনাৰ ৱেবছাইট যিকোনো ভাষাত - দ্ৰুত আৰু সহজ

অনুবাদক এনেকুৱা এখন প্লেটফৰ্ম, যিয়ে একাধিক ভাষাত আপোনাৰ ৱেবছাইট সৃষ্টি কৰা, লঞ্চ কৰা আৰু অপ্টিমাইজ কৰা প্ৰক্ৰিয়া বৃদ্ধি কৰে । প্লেটফৰ্মখনে মাৰ্কেটলৈ দ্ৰুত গতিত যোৱাৰ লগতে বিষয়বস্তুৰ সহজসাধ্য পৰিচালনাৰ সৈতে আপোনাক গ্ৰাহকসকলৰ নিজৰ ভাষাত যোগাযোগ কৰিবলৈ সক্ষমতা প্ৰদান কৰে ।

আপোনাৰ ৱেবছাইটটো একাধিক ভাষাত লঞ্চ কৰক

দ্ৰুত গতিত বজাৰলৈ যাওঁক

আপোনাৰ ৱেবছাইটটো একাধিক ভাষাত প্ৰকাশ কৰক আৰু দ্ৰুতভাৱে অধিক গ্ৰাহকৰ সংযোগলৈ আহক । অনুবাদক ছেট আপ কৰিবলৈ সহজ । ইয়াৰ অবিৰতভাৱে হোৱা স্থানীয়কৰণে আপোনাৰ ৱেবছাইটত হোৱা যিকোনো পৰিৱৰ্তন স্ৱয়ংক্ৰিয়ভাৱে আপডেট হোৱাৰ নিশ্চয়তা প্ৰদান কৰে ।

আৰম্ভ কৰক

নতুন বজাৰলৈ দুৱাৰ মুকলি কৰক

536 মিলিয়ন ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা পূৰণৰ জৰিয়তে প্ৰতিযোগিতাত আগুৱাই থাকক। অনুবাদকে আপোনাৰ ৱেবছাইটক একাধিক ভাষালৈ অনুবাদ কৰে আৰু ব্যৱহাৰকাৰীৰ স্থানীয় ভাষাত অনুসন্ধান আৰু আৱিষ্কাৰ কৰাটো সহজসাধ্য কৰি তুলিবলৈ সুসংগত এচ.ই.অ'ৰ নিশ্চয়তা প্ৰদান কৰে।

আৰম্ভ কৰক

ৰিচোৰ্চবোৰ অপ্টিমাইজ কৰে আৰু ব্যয় কম কৰে

বহুভাষিক ৱেবছাইট স্থানীয়কৰণৰ ওপৰত সময় আৰু কষ্ট ৰাহি কৰে । অনুবাদকৰ কৰ্মধাৰা ব্যয়-প্ৰভাৱী হয় আৰু আপোনাৰ ব্যৱসায়ক মুখ্য কাৰ্যবোৰৰ ওপৰত গুৰুত্ৱ প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰি আপোনাৰ ইন-হাউচ ৰিচোৰ্চবোৰ অপ্টিমাইজ কৰাত সক্ষমতা প্ৰদান কৰে ।

আৰম্ভ কৰক

বহুভাষিক এছ.ই.অ’ৰ সৈতে ৱেবছাইটসমূহক আৱিষ্কাৰযোগ্য কৰক

জনপ্ৰিয় চাৰ্চ ইঞ্জিনবোৰৰ সীমাৱদ্ধতাসমূহ অতিক্ৰম কৰক আৰু আপোনাৰ ৱেবছাইটটো একাধিক ভাষাত উপলব্ধ হোৱাৰ সুযোগ বঢ়াওঁক । অনুবাদকৰ সৈতে আপুনি আপোনাৰ বিষয়বস্তু এছ.ই.অ’ যোগে অপ্টিমাইজ কৰিব পাৰে আৰু বিল্ট-ইন ৱেব এনালাইটিক্সৰ সৈতে ৱেবছাইটৰ প্ৰদৰ্শন ট্ৰেক কৰিব পাৰে ।

আৰম্ভ কৰক

অতি সহজে মাপ আৰু পৰিচালনা কৰক

যেনেদৰে আপোনাৰ বিষয়বস্তু একাধিক ভাষাত বাঢ়ি যাব, ঠিক তেনেদৰে আপোনাৰ চাৰ্চ হিট আৰু অনলাইন ট্ৰেফিকো বাঢ়িব । অনুবাদকে যিকোনো ভাষাৰ বাবে অনায়াসে বহুভাষিক ড'মেইন, সেৱা প্ৰদান কাৰ্য্য আৰু চাৰ্ভাৰৰ প্ৰয়োজনীয়তা পৰিচালনা কৰিবলৈ আপোনাক সক্ষমতা প্ৰদান কৰে, এনেদৰে আপোনাৰ দলক তেওঁলোকে ডেলিভাৰ কৰিবলগীয়া মুুখ্য বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ অনুমতি দিয়ে!

আৰম্ভ কৰক

কোনো কোডিং নাই। কোনো বেমেজালি নাই।

কোডিংৰ কোনো ধৰণৰ প্ৰচেষ্টাৰ প্ৰয়োজন নোহোৱাকৈ আৰু আই.টিৰ ওপৰত অতি কম পৰিমাণে নিৰ্ভৰশীল হৈ অনুবাদক নিৰন্তৰভাৱে আপোনাৰ ৱেবছাইটৰ সৈতে জড়িত হৈ আছে । ইয়াৰ উন্নত ডেটা সংৰক্ষণ পৰিমাপে নিশ্চিত কৰে যে আপোনাৰ বিষয়বস্তু সংৰক্ষিত আৰু প্ৰমাণিত পৰিৱেশত নিৰাপদে সংৰক্ষণ কৰা হৈছে।

আৰম্ভ কৰক

উদ্যোগৰ লীডাৰসকলে দশকজোৰা ভাষা আৰু প্ৰযুক্তিগত দক্ষতাৰে বেক আপ কৰা উন্নত ভাষা প্ৰযুক্তিৰ ওপৰত নিৰ্মিত অনুবাদক এতিয়া আপোনাৰ স্থানীয়কৰণৰ সকলোবোৰ প্ৰয়োজনীয়তা পৰিপূৰণ কৰিবলৈ সাজু ।

ভিডিঅ’ চলাওক

মূল্যায়ন

একাধিক ভাৰতীয় ভাষাত আপোনাৰ ৱেবছাইট লঞ্চ কৰাৰ পৰিকল্পনা কৰিছে নেকি ? বিশেষজ্ঞৰ সহায় লওঁক ।

এতিয়াই পঞ্জীয়ন কৰক আৰু অনুবাদকে আপোনাৰ ৱেবছাইট 11 টা ভাষাত কেনেদৰে স্থানীয়কৰণ কৰাত সহায় কৰে চাওঁক